5 ধন্য সেইসকল, যি সকলে তোমাতে শক্তি পাইছে,
যিসকলৰ অন্তৰত চিয়োনলৈ যোৱা ৰাজপথ আছে।
7 যোৱাৰ পথত তেওঁলোকে শক্তিৰ উপৰি শক্তি পায়;
তেওঁলোক প্ৰত্যেকে চিয়োনত দেৱতাবোৰৰ ঈশ্বৰৰ সন্মুখত গৈ উপস্থিত হয়।

+581 estão orando agora.
Junte-se à corrente de oração.