Pular para o conteúdo
Publicidade

গীতমালা 86:8-10

8 হে প্ৰভু, দেৱতাবোৰৰ মাজত তোমাৰ তুল্য কোনো নাই;

তোমাৰ কাৰ্যৰ লগত কোনো কাৰ্যৰ তুলনা নহয়।

9 হে প্ৰভু, তুমি সৃষ্টি কৰা সমস্ত জাতিয়ে আহি তোমাৰ আগত প্ৰণিপাত কৰিব;

তেওঁলোকে তোমাৰ মহিমা কীর্তন কৰিব।

10 কিয়নো তুমি মহান আৰু তুমি আচৰিত কৰ্ম কৰোঁতা।

কেৱল তুমিয়েই ঈশ্বৰ।

Estes versículos te tocaram? Ore agora!

+581 estão orando agora.

Junte-se à corrente de oração.