9 হে প্ৰভু, তুমি সৃষ্টি কৰা সমস্ত জাতিয়ে আহি তোমাৰ আগত প্ৰণিপাত কৰিব;
তেওঁলোকে তোমাৰ মহিমা কীর্তন কৰিব।
10 কিয়নো তুমি মহান আৰু তুমি আচৰিত কৰ্ম কৰোঁতা।
কেৱল তুমিয়েই ঈশ্বৰ।