8 হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, তোমাৰ তুল্য পৰাক্ৰমী কোন আছে, হে প্রভু?
তোমাৰ বিশ্বস্ততাই তোমাক বেৰি ৰাখিছে।
9 তর্জন-গর্জনেৰে ওফন্দি উঠা সমুদ্ৰক তুমি শাসন কৰা;
তাৰ ঢৌ উঠিলে তুমিয়েই সেইবোৰক শান্ত কৰা।

+581 estão orando agora.
Junte-se à corrente de oração.