Publicidade

Salmos 9

1 হে যিহোৱা, মই মোৰ সমস্ত হৃদয়েৰে তোমাৰ ধন্যবাদ কৰিম,

আৰু তোমাৰ সকলো আচৰিত কার্যবোৰ বর্ণনা কৰিম।

2 মই তোমাক লৈ আনন্দিত হৈ উল্লাস কৰিম;

হে সৰ্ব্বোপৰি জনা, মই তোমাৰ নামত প্ৰশংসাৰ গান কৰিম!

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-22_10-02-25-