7 কিন্তু যিহোৱাই চিৰকাল ৰাজত্ব কৰে;
তেওঁ সোধ-বিচাৰৰ কাৰণে নিজৰ সিংহাসন স্থাপন কৰিছে।
8 তেওঁ ধার্মিকতাৰে জগতৰ বিচাৰ কৰে,
তেওঁ সৎভাৱে জাতিবোৰৰ শাসন কৰে।
7 কিন্তু যিহোৱাই চিৰকাল ৰাজত্ব কৰে;
তেওঁ সোধ-বিচাৰৰ কাৰণে নিজৰ সিংহাসন স্থাপন কৰিছে।
8 তেওঁ ধার্মিকতাৰে জগতৰ বিচাৰ কৰে,
তেওঁ সৎভাৱে জাতিবোৰৰ শাসন কৰে।