11 কিয়নো তোমাৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ,
তেওঁ নিজৰ দূতবোৰক তোমাৰ বিষয়ে আজ্ঞা দিব।
12 তেওঁলোকে হাতেৰে তোমাক দাঙি ধৰিব,
যেন তোমাৰ ভৰিয়ে শিলত খুন্দা খাই আঘাত নাপায়

+581 estão orando agora.
Junte-se à corrente de oração.