2 আহাঁ, আমি ধন্যবাদ জনাই জনাই তেওঁৰ আগত উপস্থিত হওঁ;
স্তুতি-গানেৰে তেওঁৰ উদ্দেশ্যে আনন্দ ধ্বনি কৰোঁহক।
3 কিয়নো যিহোৱা মহান ঈশ্বৰ,
সকলো দেৱতাবোৰৰ ওপৰত তেৱেঁই মহান ৰজা।