Publicidade

Salmos 107

8 মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে

আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্ৰশংসা কৰক।

9 কিয়নো তেওঁ পিপাসিত প্ৰাণক তৃপ্ত কৰে;

আৰু ক্ষুধাতুৰ প্ৰাণক উত্তম দ্ৰব্যেৰে পূৰ কৰে।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-22_10-02-25-