10 মই সমস্ত মনেৰে তোমাক বিচাৰিছোঁ;
তুমি মোক তোমাৰ আজ্ঞা-পথৰ পৰা ভ্ৰান্ত হৈ যাব নিদিবা।
11 তোমাৰ বাক্য মই মোৰ হৃদয়ত সঞ্চয় কৰি ৰাখিছো,
যেন তোমাৰ অহিতে পাপ নকৰোঁ।