15 মই তোমাৰ আদেশবোৰ ধ্যান কৰিম,
তোমাৰ সকলো পথলৈ মনোযোগ দিম।
16 মই তোমাৰ বিধিবোৰত আনন্দিত হ’ম;
মই তোমাৰ বাক্য নাপাহৰিম।
15 মই তোমাৰ আদেশবোৰ ধ্যান কৰিম,
তোমাৰ সকলো পথলৈ মনোযোগ দিম।
16 মই তোমাৰ বিধিবোৰত আনন্দিত হ’ম;
মই তোমাৰ বাক্য নাপাহৰিম।
+581 estão orando agora.
Junte-se à corrente de oração.