47 তোমাৰ আজ্ঞাবোৰত মই সন্তোষ পাওঁ;
কাৰণ মই তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ।
48 তোমাৰ আজ্ঞাবোৰ মই পবিত্র বুলি জ্ঞান কৰোঁ,
কাৰণ মই সেইবোৰ ভাল পাওঁ;
মই তোমাৰ বিধিবোৰ ধ্যান কৰিম।
47 তোমাৰ আজ্ঞাবোৰত মই সন্তোষ পাওঁ;
কাৰণ মই তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ।
48 তোমাৰ আজ্ঞাবোৰ মই পবিত্র বুলি জ্ঞান কৰোঁ,
কাৰণ মই সেইবোৰ ভাল পাওঁ;
মই তোমাৰ বিধিবোৰ ধ্যান কৰিম।