লামেদ
89 যিহোৱা অনন্ত কাললৈকে বিদ্যমান;
তোমাৰ বাক্য স্বৰ্গত সুদৃঢ় আছে।
90 পুৰুষে পুৰুষে তোমাৰ বিশ্বস্ততা স্থায়ী;
তুমি পৃথিৱী স্থাপন কৰিলা আৰু সেয়ে সুস্থিৰ হৈ আছে।
89 যিহোৱা অনন্ত কাললৈকে বিদ্যমান;
তোমাৰ বাক্য স্বৰ্গত সুদৃঢ় আছে।
90 পুৰুষে পুৰুষে তোমাৰ বিশ্বস্ততা স্থায়ী;
তুমি পৃথিৱী স্থাপন কৰিলা আৰু সেয়ে সুস্থিৰ হৈ আছে।