প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত
1 হে যিহোৱা, তুমি মোৰ বুজ বিচাৰ ল’লা
আৰু মোক জানিলা।
2 তুমি মোৰ উঠা আৰু বহাকো জানিছা,
দূৰৈৰ পৰাই মোৰ মনৰ চিন্তা বুজি পোৱা।
1 হে যিহোৱা, তুমি মোৰ বুজ বিচাৰ ল’লা
আৰু মোক জানিলা।
2 তুমি মোৰ উঠা আৰু বহাকো জানিছা,
দূৰৈৰ পৰাই মোৰ মনৰ চিন্তা বুজি পোৱা।