13 তোমাৰ ৰাজ্য অনন্তকলীয়া ৰাজ্য;
তোমাৰ ৰাজশাসন সৰ্ব্বপুৰুষলৈকে স্থায়ী145:13 কিছুমান অনুলিপি লিখা আছে যে, ‘ঈশ্বৰ তেওঁৰ সকলো প্ৰতিশ্রুতিত বিশ্বাসযোগ্য আৰু তেওঁ কৰা সকলো কৰ্মত বিশ্বাসী। ।
14 যিহোৱাই পৰি যাব খোজা সকলক ধৰি ৰাখে;
অৱনত সকলক তেওঁ তুলি ধৰে।