24 তেওঁ দুখীৰ দুখ দেখি হেয়জ্ঞান নকৰিলে,
ঘৃণাৰ চকুৰে নাচালে;
যিহোৱাই তেওঁৰ ওচৰৰ পৰা নিজৰ মুখ নাঢাকিলে,
বৰং কাতৰোক্তিৰ সময়ত তেওঁ তাক শুনিলে।
24 তেওঁ দুখীৰ দুখ দেখি হেয়জ্ঞান নকৰিলে,
ঘৃণাৰ চকুৰে নাচালে;
যিহোৱাই তেওঁৰ ওচৰৰ পৰা নিজৰ মুখ নাঢাকিলে,
বৰং কাতৰোক্তিৰ সময়ত তেওঁ তাক শুনিলে।