7 যিসকলে মোক দেখে, তেওঁলোক সকলোৱেই মোক হাঁহে;
তেওঁলোকে মোক মুখ ভেঙুচায় আৰু মূৰ জোকাৰি কয়,
8 "তেওঁতো যিহোৱাৰ ওপৰত ভাৰসা কৰে, তেন্তে তেৱেঁ তেওঁক উদ্ধাৰ কৰক;
যিহোৱায়েই তেওঁক উদ্ধাৰ কৰক,
কাৰণ তেওঁ তেওঁৰ ওপৰত সন্তুষ্ট!"