5 তুমি মোৰ শত্রুবোৰৰ সাক্ষাতে মোৰ সন্মুখত মেজ সজাইছা;
তুমি মোৰ মূৰ তেলেৰে তিয়াইছা;
মোৰ পান-পাত্ৰ উপচি পৰিছে23:5 লুক 7:46: ই হ’ল আলহীক আদৰি লোৱাৰ এক চিন।।