4 তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ নামৰ প্ৰশংসাৰ গান কৰা;
মৰুভূমি68:4 তেওঁ মেঘৰ মাজেদি ৰথত আহিছে। কিছুমান অনুলিপিত আছে - প্ৰভু যেনেকৈ চীনয় পবিত্ৰ স্থানত আছিল, তেনেকৈ সেইবোৰৰ মাজতো আছে।ৰ মাজেদি যি জন বাহনত উঠি আহিছে, তেওঁৰ কাৰণে এটি ৰাজপথ যুগুত কৰা;
তেওঁৰ নাম যিহোৱা, তোমালোকে তেওঁৰ উপস্থিতিত উল্লাস কৰা।