20 তুমি আমাক বিষম সঙ্কট দেখুৱাইছা,
তুমি আকৌ আমাক পুনৰায় জীবিত কৰা;
পৃথিবীৰ গভীৰতাৰ পৰা আমাক তুলি আনিবা।
21 তুমি মোৰ আত্ম-সন্মান বৃদ্ধি কৰা;
পুনৰাই ঘূৰি মোক শান্ত্বনা দিয়া।
20 তুমি আমাক বিষম সঙ্কট দেখুৱাইছা,
তুমি আকৌ আমাক পুনৰায় জীবিত কৰা;
পৃথিবীৰ গভীৰতাৰ পৰা আমাক তুলি আনিবা।
21 তুমি মোৰ আত্ম-সন্মান বৃদ্ধি কৰা;
পুনৰাই ঘূৰি মোক শান্ত্বনা দিয়া।
+581 estão orando agora.
Junte-se à corrente de oração.