6 তেওঁলোকে নক্সা কটা74:6 নক্সা কটা খোদিত কৰা আটাই কাঠবোৰ থেতাঁলি ভাঙিছে;
কুঠাৰ আৰু হাতুৰীৰে একেবাৰে ভাঙি পেলাইছে।
7 তেওঁলোকে তোমাৰ পবিত্র স্থানত জুই লগাই দিছে;
তোমাৰ নামৰ নিবাসক মাটিত মিলাই অপবিত্ৰ কৰিলে।

+581 estão orando agora.
Junte-se à corrente de oração.