15 ধন্য সেই লোক, যি লোকে আনন্দ-ধ্বনি89:15 ঈশ্বৰক আৰাধনা কৰাৰ সময়ত প্ৰশংসাৰ ধ্বনিৰে তোমাৰ আৰাধনা কৰে;
হে যিহোৱা, তেওঁলোকে তোমাৰ মুখৰ দীপ্তিত চলাফুৰা কৰে।

+581 estão orando agora.
Junte-se à corrente de oração.